Xongupone Xeujiya cover art

Xongupone Xeujiya

Preview
LIMITED TIME OFFER

3 Months Free + £10 Audible voucher

£5.99/mo after 3 months. Cancel monthly.
Get this deal
Offer ends on 5 July 2026 at 11:59 BST.
More purchase options

Xongupone Xeujiya

By: মনালিছা শইকীয়া
Narrated by: Pranami Das
Get this deal

£5.99/mo after 3 months. Offer ends on 5 July 2026 at 11:59 BST. Cancel monthly.

Buy Now for £11.41

Buy Now for £11.41

জীৱনৰ বিয়লি বেলাত জীতেন বৰুৱাৰ মনত অলপ অভিমান হয়। কিন্তু কাৰ ওপৰত এই অভিমান? ইয়াৰ কাৰণ কি? কিয় কেতিয়াবা সংগোপনে বগোৱা বাই আহে এছাটি অভিমানে? কেতিয়াবা ভুগিছেনে অস্থিৰতাত? হেৰাই গৈছে নে কেতিয়াবা নিজৰ মাজতে? হেৰাই হেৰাই পুনৰ নিজক বিচাৰি চোৱাৰ প্ৰচেষ্টা কি এক আনন্দদায়ক বেদনা। অনুভৱ কৰিছেনে কেতিয়াবা? বিভিন্ন পটভূমিক কেন্দ্ৰ কৰি লিখা এমুঠি গল্প। প্ৰতিটো গল্পই কঢ়িয়াই লৈ ফুৰে এটা অভিমানী মন। সৰল কিন্তু চিন্তাৰ উদ্ৰেককাৰী গল্পবোৰৰ পৃষ্ঠা পৃষ্ঠাই অনুভৱ কৰাই যায় এই অভিমানী মনটোৰ। পঢ়ি যাওঁতে বুকুৰ কোণত বাজি উঠে বিষাদভৰা বাঁহীৰ সুৰ এটা। সেই সুৰে কৈ যাব খোজে বহু কথাই । সেই কথাৰ মাজতে বিচাৰি পাব আপোনাক, মোক বা আমাৰ দৰে হাজাৰজনক। ১৪ টা ভিন্নস্বাদৰ গল্প। এই গল্প সমূহৰ ভিতৰত কি আছে জানিবলৈ শুনক 'ষ্টৰীটেল' যোগে মনালিছা শইকীয়াৰ গল্প সংকলন 'সংগোপনে সেউজীয়া'©2022 Storyside IN (P)2022 Storyside IN Genre Fiction Small Town & Rural
adbl_web_anon_alc_button_suppression_t1
No reviews yet