Thikona cover art

Thikona

Preview

Get 30 days of Standard free

£5.99/mo after trial. Cancel monthly.
Try for £0.00
More purchase options

Thikona

By: মণিকা দেৱী
Narrated by: Sarmistha Chakravorty
Try for £0.00

£5.99 a month after 30 days. Cancel anytime.

Buy Now for £3.56

Buy Now for £3.56

Summary

আইলতা এল.পি স্কুলৰ শিক্ষয়িত্ৰী। বুনিয়াদী প্ৰশিক্ষনকেন্দ্ৰত লক্ষী ঘোষক লগ পায়। সেই সময়ৰ অসম অগ্নিগৰ্ভা। বঙালীৰ আগ্ৰাসনে অসম ছানি ধৰাক লৈ অসমৰ আকাশ-বতাহ উত্তাল। মানুহৰ মুখে মুখে 'এক দুই তিন, অসমীয়া ৰাইজৰ ৰাতি, পুলিচ-মিলিটেৰীৰ দিন'। লক্ষী চোকা ছোৱালী। নিৰ্জু আইলতা আৰু লক্ষীৰ মাজত বন্ধুত্ব গঢ়ি উঠিল। জাতি পৰিচয়, ভাষা পৰিচয়ৰ খেলিমেলিবোৰৰ মাজত আইলতা-লক্ষীৰ বন্ধুত্বই কি মোৰ ল'ব? মণিকা দেৱীৰ 'ঠিকনা' জাতি-ভাষাৰ দন্দ্ব-খৰিয়ালৰ মাজত মনুষ্যত্বৰ এটা মৰ্মান্তিক গল্প।©2021 Storyside IN (P)2021 Storyside IN
adbl_web_anon_alc_button_suppression_c
No reviews yet