Sa-Puhoror Khel cover art

Sa-Puhoror Khel

Preview

Get 30 days of Premium Plus free

£8.99/month after 30-day free trial. Cancel monthly.
Try for £0.00
More purchase options
Buy Now for £4.99

Buy Now for £4.99

About this listen

'ছাঁ-পোহৰৰ খেল' এটা প্ৰেমৰ গল্প। সুমন্তই সন্ধ্যাক ভালপায়। সুমন্তৰ মনত সন্ধ্যা অভিমানী। সন্ধ্যাৰ মনত সুমন্ত অন্যমনস্ক। প্ৰেম বিষণ্ণ। আৰু প্ৰেমত পৰাজনে বিষন্নতাকো সযত্নে মনৰ গহনত লালন কৰে। সন্ধ্যাৰ গালৰ তিলটো নে দুদিন পিছত ওলাবলগা তাইৰ পৰীক্ষাৰ ৰিজাল্ট- প্ৰেমিকৰ চিৰন্তন দোমোজাটোত ভৰি দিয়া সুমন্তই কি বাছি ল'ব? আৰু সন্ধ্যাই? আহক শুনোঁ মণিকা দেৱীৰ কলম নিগৰি ওলোৱা এটা প্ৰেমৰ মিঠা সমৰ্পনৰ গল্প।©2021 Storyside IN (P)2021 Storyside IN Genre Fiction Literary Fiction
No reviews yet