Rothor Sokori Ghure cover art

Rothor Sokori Ghure

Preview
LIMITED TIME OFFER

3 Months Free + £10 Audible voucher

£5.99/mo after 3 months. Cancel monthly.
Get this deal
Offer ends on 5 July 2026 at 11:59 BST.
More purchase options

Rothor Sokori Ghure

By: চৈয়দ আব্দুল মালিক
Narrated by: Atanu Bhattacharya
Get this deal

£5.99/mo after 3 months. Offer ends on 5 July 2026 at 11:59 BST. Cancel monthly.

Buy Now for £14.75

Buy Now for £14.75

উচ্চ শিক্ষিত যুৱক কমল শিক্ষা শেষ কৰি ঘৰমুৱা হয়। অঞ্চলটোৰ লেখত ল'বলগীয়া যুৱক হৈ পৰা কমলক পঢুৱাবলৈ দেউতাকে টকা আনে মহাজনৰ পৰা। বিনা সংকোচে মহাজনে টকা দিয়ে কাৰণ আশা এটাই, মহাজনৰ ডাঙৰ জীয়াৰী বীণাক অঞ্চলটোৰ ভিতৰতে শিক্ষিত যুৱক কমললৈ বিয়া দিব। পিছে কমল বা বীণাৰ মনোভাৱ কি? বীণাৰ ভনীয়েক ৰেবা। ৰোগে কোঙা কৰি পেলোৱা ছোৱালীজনীয়ে কম বয়সতে মৃত্যুৰ ক্ষণ গণে। বীণা আৰু ৰেবাৰ লগত কমলৰ চিনাকি, কমল আৰু বীণাৰ বিয়াৰ কথা এই সকলোবোৰে কমলৰ মনত কিছু আউল লগায়। অন্য হাতে আকৌ কমলৰ ঘৰৰ কাষৰ কৈৱৰ্ত্ত সম্প্ৰদায়ৰ ছোৱালী মন্দিৰা। কমলৰ বাবে একেবাৰে সৰু ছোৱালী মন্দিৰাই কিন্তু অন্তৰৰ পৰা কমলক কাষত বিচাৰে। কিন্তু কেনেকৈ কয় মন্দিৰাই সেই কথা। কমলৰ মানত তাই যে তাৰ ভনীয়েকৰ দৰে। গোটেই খেলিমেলিৰ মাজত কমলে সিদ্ধান্ত লয় ঘৰৰ পৰা দুদিনমান আঁতৰি থাকি চাকৰি বিচৰাৰ। তাৰ মাজতে কমলে লগ পায় পুৰণি বন্ধু অপৰা আৰু লগ পায় কমলা নামৰ এগৰাকী নাৰীক। চাকৰি বিচাৰি গৈ কমল এজনী পাহাৰী ছোৱালী লিনাৰ সান্নিধ্যলৈ আহে। অৱশ্যে কমলে কাকো ভালপোৱাৰ প্ৰস্তাৱ নিদিয়ে। সি কথাবোৰ তেনেকৈ নাভাবে। কিন্তু তাৰ মাজতো কিছু কথা আহি পৰে। কমলে লগ পোৱা এই প্ৰতিজনী নাৰী বা ছোৱালী ইজনীয়ে সিজনীক ভালকৈ জানে। কিন্তু কেনেকৈ? এক অবুজ সাঁথৰ যেন কমলৰ বাবে। কি এই সাঁথৰ? কমলে উলিয়াব পাৰিলে নে ৰহস্যৰ ওৰ? এই সকলোখিনি জানিবলৈ 'ষ্টৰীটেল' যোগে শুনক প্ৰথিতযশা সাহিত্যিক চৈয়দ আব্দুল মালিক দেৱৰ উপন্যাস 'ৰথৰ চকৰি ঘূৰে'।©2022 Storyside IN (P)2022 Storyside IN
adbl_web_anon_alc_button_suppression_t1
No reviews yet