Ram cover art

Ram

Preview
LIMITED TIME OFFER

3 Months Free + £10 Audible voucher

£5.99/mo after 3 months. Cancel monthly.
Get this deal
Offer ends on 5 July 2026 at 11:59 BST.
More purchase options

Ram

By: আমিশ ত্ৰিপাঠী, Daradi Patar - translator
Narrated by: Tarun Gogoi
Get this deal

£5.99/mo after 3 months. Offer ends on 5 July 2026 at 11:59 BST. Cancel monthly.

Buy Now for £18.16

Buy Now for £18.16

ৰাম কোন? ৰামৰ জন্মকাহিনী কি আৰু কেনেকৈ হৈছিল ৰামৰ নামাকৰণ? মহাকাব্যিক চৰিত্ৰ ৰামৰ এক ব্যতিক্ৰমী উপস্থাপন। এই ৰাম জন্মলগ্নৰে পৰা দশৰথৰ প্ৰিয় পুত্ৰ ৰাম নহয়। এই ৰাম অন্য এজন ৰাম, যাৰ মূৰৰ ওপৰত পিতৃৰ আৰ্শীবাদৰ হাতখন নাছিল। এই ৰাম সেইজন হয়, যাক পিতৃয়ে অযোধ্যাৰ বাবে অভিশপ্ত বুলি বিবেচনা কৰিছিল। কিন্তু এই অভিশপ্ত বুলি বিবেচিত ৰামেই পিছলৈ হৈ পৰিছিল পিতৃৰ প্ৰিয়ভাজন প্ৰিয় পুত্ৰ ৰাম। কিন্তু কেনেকৈ? কেনে আছিল ভাতৃসকলৰ সৈতে ৰামৰ সম্পৰ্ক? ৰাম, লক্ষ্মণ, ভৰত, শত্ৰুঘ্ন। ৰামায়ণৰ এই চাৰি ৰাজকুমাৰৰ স্বভাৱ চৰিত্ৰ জীৱন শৈলী কেনে আছিল? মহৰ্ষি বশিষ্ঠৰ তত্বাৱধানত শিক্ষা গ্ৰহণ কৰা চাৰি ভাতৃৰ মাজৰ পৰা ৰাম আৰু লক্ষ্মণকে কিয় বিশ্বামিত্ৰই নিজৰ সৈতে লৈ গৈছিল। এইয়া কেৱল শত্ৰু নিধনৰ বাবেই আছিল নে? নে ইয়াৰ আঁৰত লুকাই আছিল অন্য বহু কথা? সীতাৰ প্ৰেমত পৰিছিল ৰাম প্ৰথম দেখাতেই। আৰু সেইবাবেই অংশ গ্ৰহণ কৰিছিল সীতাৰ সয়ম্বৰত। কিন্তু তাৰ মাজত কেনেকৈ ওলালহি লংকাৰ অধিপতি ৰাৱণ ? ৰাৱণৰ ওপৰত ৰামৰ ক্ষোভৰ কাৰণ কি? কি কাৰণত কৈকেয়ীয়ে ৰামক বনবাস দিছিল ? মন্থৰাৰ জীয়েক ৰশ্মি। কিন্তু সেই ৰশ্মি আছিল চাৰি ভাই ককাইৰ প্ৰিয় ৰাখি ভগ্নী। আৰু এদিন বৰ নৃশংসভাৱে ৰশ্মিক দুৰ্বৃত্তই হত্যা কৰিলে? সেই হত্যাকাৰী কোন? উপযুক্ত শাস্তি পালে নে হত্যাকাৰীয়ে? ৰামৰ প্ৰতি মন্থৰাৰ শত্ৰুতাৰ কাৰণ কি? সম্পূৰ্ণ নতুন সোৱাদেৰে, এক বেলেগ দৃষ্টিকোণৰ পৰা ৰচিত উপন্যাস ৰাম। কি আছে ৰামত? এই সকলোখিনি জানিবলৈ 'ষ্টৰীটেল' যোগে শুনক দৰদী পাটৰে অসমীয়া ভাষান্তৰ কৰা আমিশ ত্ৰিপাঠীৰ ৰামচন্দ্ৰ ছিৰিজৰ প্ৰথমখন উপন্যাস 'ৰাম'। পাঠ কৰিছে জনপ্ৰিয় radio personality আৰ.জে. তৰুণে।©2021 Storyside IN (P)2021 Storyside IN Fantasy
adbl_web_anon_alc_button_suppression_t1
No reviews yet