Ondhotrakh cover art

Ondhotrakh

Preview
LIMITED TIME OFFER

3 Months Free + £10 Audible voucher

£5.99/mo after 3 months. Cancel monthly.
Get this deal
Offer ends on 5 July 2026 at 11:59 BST.
More purchase options

Ondhotrakh

By: ৰঞ্জু হাজৰিকা
Narrated by: Jhunakangkan Bhuyan
Get this deal

£5.99/mo after 3 months. Offer ends on 5 July 2026 at 11:59 BST. Cancel monthly.

Buy Now for £12.11

Buy Now for £12.11

ক্ৰিমিনেল ইনভেষ্টিগেটৰৰ এজেণ্ট ৰঞ্জিত অসমৰ পৰা কলকাতালৈ যায় গুপ্তচক্ৰৰ পশ্চাদঘাটি কাৰ্যৰ শুংসূত্ৰ বিচাৰি। তাৰ পিছত বঙ্গোপসাগৰৰ পূৰ্বাশা দ্বীপত গুপ্তচক্ৰৰ ঘাটিৰ বিষয়ে জানিব পাৰি কেইগৰাকীমান সহযোগীৰ সৈতে তালৈ ঢাপলি মেলিলে। বহু আতংক, উৎকণ্ঠা, উদ্বেগৰ মাজেৰে আৰম্ভ হয় অভিযান। লগতে থাকে ভয়ঙ্কৰ প্ৰতিশোধৰ দাবানল। প্ৰতিটো মুহূৰ্ততে আছে ভয়, মৃত্যুৰ হাহাকাৰ। এটাই মাথোঁ প্ৰশ্ন। কোন সেইজন? এই সকলোখিনি জানিবলৈ 'ষ্টৰীটেল' যোগে শুনক ৰহস্য সম্ৰাট ৰঞ্জু হাজৰিকাদেৱৰ উপন্যাস 'অন্ধত্ৰাস©2023 Storyside IN (P)2023 Storyside IN Psychological Thriller & Suspense
adbl_web_anon_alc_button_suppression_t1
No reviews yet