Klanto juddha cover art

Klanto juddha

Preview

Get 30 days of Standard free

£5.99/mo after trial. Cancel monthly.
Try for £0.00
More purchase options

Klanto juddha

By: ৰঞ্জু হাজৰিকা
Narrated by: Khalin Deka
Try for £0.00

£5.99 a month after 30 days. Cancel anytime.

Buy Now for £9.96

Buy Now for £9.96

LIMITED TIME OFFER

£0.99/mo for 3 months - terms apply. Offer ends 24 August 2026.
এজন ব্যক্তিগত ডিটেকটিভ। নাম এজেণ্ট ৰঞ্জিত। এই ৰঞ্জিতৰ এগৰাকী খবৰ দিওঁতাকাৰী আছিল এটা চোৰাং ব্যৱসায়ী কৰা দলৰ, যি সদস্যও আছিল দলটোৰ। তেখেতৰ নাম এলিনা। এলিনাৰ অনিচ্ছা সত্ত্বেও সেই দলৰ সদস্য হবলৈ বাধ্য কৰোৱাইছিল, ব্লেক মেইল কৰিছিল দলৰ মুৰব্বী গৰাকীয়ে। এলিনা আৰু ৰঞ্জিত ক'ব গ'লে বন্ধুৰ দৰেই আছিল। এলিনাই ডেঞ্চাৰ হিচাপে কাম কৰিছিল ড্ৰচেৰা নামৰ এখন হোটেলত। এই হোটেলতে চোৰাং ব্যৱসায়ৰ এটা ঘাটি আছিল। এদিন এলিনাই ৰঞ্জিতক মাতিলে কিবা এটা খবৰ দিবৰ বাবে কিন্তু তাৰ আগতেই এলিনাৰ মৰাশ পোৱা গ'ল হোটেল খনত থকা এলিনাৰ নিজৰ কোঠাত। ইয়াৰ পৰাই আৰম্ভ হয় ৰঞ্জিতৰ অনুসন্ধানকাৰী যাত্ৰা। সহযোগী হৈছে ৰঞ্জিতৰ সহকৰ্মী এজেণ্ট সমৰ আৰু ইন্দৰ। বহুতো নামীদামী আৰু সাধাৰণ মানুহৰ চৰিত্ৰৰ লগতে সচাঁ মিছা, মুখা পিন্ধা ব্যক্তিৰ মাজেৰে কাহিনী আগ বাঢ়ে যাৰ মাজত থাকে চোৰাং ব্যৱসায়ৰ মুৰব্বী নিজে এক ছদ্মনামত। কিন্তু 'ওৰহী গছৰ ওৰ পেলালে' সুদুৰ কলিকতাৰ এজন ব্যক্তিগত ডিটেক্টিভে। তেখেতক নিযুক্তি দিছিল উক্ত ঘটনাটোৰ আওতালৈ অহা এজন মানুহে। শুনক ৰহস্য সম্ৰাট ৰঞ্জু হাজৰিকাৰ 'ক্লান্ত যোদ্ধা" একমাত্ৰ ষ্টৰীটেলত।©2021 Storyside IN (P)2021 Storyside IN African American Mystery
adbl_web_anon_alc_button_suppression_t1
No reviews yet