Unmotto oronyo cover art

Unmotto oronyo

Preview

Get 30 days of Standard free

£5.99/mo after trial. Cancel monthly.
Try for £0.00
More purchase options

Unmotto oronyo

By: ৰঞ্জু হাজৰিকা
Narrated by: Anabil Mahanta
Try for £0.00

£5.99 a month after 30 days. Cancel anytime.

Buy Now for £8.05

Buy Now for £8.05

অসমৰ এজন স্বনামধন্য সাহিত্যিক ৰঞ্জু হাজৰিকাই ৰচনা কৰা 'উন্মত্ত অৰণ্য' হৈছে এখন বহুজন-পঠিত উপন্যাস। জাকৰ পৰা অকলশৰীয়া হৈ আঁতৰি আহি উন্মাদৰ দৰে আচৰণ কৰিবলৈ ধৰে এটা বন্য হস্তিয়ে। উপায় হীন হৈ বন বিভাগৰ অনুগ্ৰহ মৰ্মে তিনিজন চিকাৰী বন্ধুৱে হাতিটোক তাৰ প্ৰেমিকাৰ হাতিজনীৰ সন্মুখতে হত্যা কৰে। পৰৱৰ্তী সময়ত তেঁওলোক প্ৰতিশোধ পৰায়ণা হৈ পৰা সেই প্ৰেমিকা হাতিজনীৰ দ্বাৰা বিভিন্ন বিলাই-বিপত্তিৰ সন্মুখীন হ'বলগীয়া হয়। এই আটাইবোৰ ঘটনা-পৰিঘটনাৰ ৰোমান্সকৰ বৰ্ণনাই মুলতঃ এই উপন্যাস খন। লগতে বন্য-হস্তিৰ জীৱন-ধাৰন, আচাৰ-আচৰণ আদিৰ বিষয়েও সৰস বিৱৰণ উপন্যাস খনত পোৱা যায়।©2023 Storyside IN (P)2023 Storyside IN Action & Adventure Mystery, Thriller & Suspense Thriller & Suspense
adbl_web_anon_alc_button_suppression_t1
No reviews yet