Anuradhar Desh kapak görseli

Anuradhar Desh

Önizleme

Standard'ı 30 gün ücretsiz edinin

Deneme süresinden sonra aylık 5,99£. Aylık olarak iptal edilir.
0,00£ karşılığında başlayın
Diğer seçenekler

Anuradhar Desh

Yazan: ফনীন্দ্ৰ কুমাৰ দেৱচৌধুৰী
Seslendiren: Bhaskarjyoti Acharjya
0,00£ karşılığında başlayın

30 gün sonra aylık 5,99£. Dilediğiniz zaman iptal edebilirsiniz.

9,15£ karşılığında satın al

9,15£ karşılığında satın al

Season's Savings | £0.99/mo for 3 months

£5.99/mo after 3 months - terms apply. Cancel monthly
ঔপন্যাসিক ফণীন্দ্ৰ কুমাৰ দেৱচৌধুৰী ১৯৭৯ চনৰ পৰা ১৯৮৪ চনলৈ উৰিষ্যাৰ সমুদ্ৰতীৰৱৰ্তী পাৰাদ্বীপত তৈল অনুসন্ধান কাৰ্য্যত ব্যস্ত আছিল। সেই সময়ৰ বাস্তৱ কাহিনীৰ সৈতে কল্পনাৰ মিশ্ৰণ ঘটাই তেখেতে ১৯৮৬ চনত লিখা আৰম্ভ কৰিছিল 'অনুৰাধাৰ দেশ'। প্ৰান্তিকৰ পাতত ধাৰাবাহিকভাৱে প্ৰকাশ হৈ জনপ্ৰিয়তাৰ তুংগত উঠা এই উপন্যাসখন আজিও অসমীয়া কিতাপ বিক্ৰীৰ অভিলেখৰ শীৰ্ষ তালিকাত অৱস্থিত। তৈলখননৰ পটভূমিত ৰচা বোধকৰোঁ একমাত্ৰ এই উপন্যাসখনে ১৯৯৩ চনত অসম সাহিত্য সভাৰ বিষ্ণু ৰাভা বঁটাও লাভ কৰিছিল। মানৱীয় বিচাৰ-বুদ্ধি, সহজাত অনুভূতিৰ মাজৰ দ্বন্দ আৰু জীৱনৰ সূক্ষ্ম অথচ বৃহৎ খুটিনাতি উন্মোচন কৰা এই উপন্যাস এইবাৰ এয়া, ষ্টৰীটেলত।©2021 Storyside IN (P)2021 Storyside IN Genre Fiction Literary Fiction
adbl_web_anon_alc_button_suppression_t1
Henüz yorum yok